- 223
- 272
- 63
পিছদিনাই ৰাতিপুৱা আমাৰ কলনীতে দূপাকমান ঘুৰিলো বাইক খন লৈ মায়ে দূৰত যাব মানা কৰিছিল দেউতাই মোৰ কাৰণে লাইচেঞ্চ বনাব দিছিল । মই বৰ আনন্দিত হৈছিলো আতুৰ হৈ পৰিছিলো কেতিয়া বাইক খন কলেজ যাব পাম ।
আঁৰু তেনেকৈ দিনবোৰ বাগৰি কলেজ যোৱা দিন আহিল সিদিনা মায়ে মোক ৬ তা বজাত জগাই দিলে । মই নিত্য কাম বন কৰি খাই লৈ ৯ তা বজাত কলেজ যাব ওলালো মায়ে সাৱধান কৰি দিছিল লাহে লাহে যাব ।
মইও নতুন বাইক বুলি লাহে লাহে গৈছিলো । প্ৰথম দিন কাকো চিনি নাপাও ক্লাছৰূম কত হব বিচাৰি পোৱা নাছিলোঁ । কিন্তু একে লগে স্কুল পঢ়া এজনী বান্ধৱী লগ পালো তাইও সেই কলেজতে নাম লিখিছিল আৰু একে বিভাগতে তাইক লগ পাই ভালেই লাগিল তাইৰ নাম স্নেহা। দুয়ো একেলগে একেখন বেঞ্চত বহি প্ৰথম ক্লাছ কৰিলোঁ । তাৰ পিছত এটা এটাকৈ বাকী ক্লাছ বিলাক উপস্থিত হলো । ইমান বেয়া নালাগিল কিন্তু পুৰণা বন্ধু বিলাকৰ কথা মনত পৰিল । ৩ বজাত মই ঘৰ উভটিলো ।
মা মোৰ বাবেই ৰখি আছিল পদূলি মূৰত । মোক দেখি তাইৰ হাঁহি বিৰিঙিল আৰু সুধিলে প্ৰথম কেনে গল ।
মই কলো " ভালেই গল "
মায়ে কলে " দেখিছা দূৰত যদি পঢ়িব গলা হেঁতেন তেতিয়া বাইকেৰে অহা যোৱা কৰিব পাৰিলা হেঁতেন বৰ জেদ ধৰি আছিলা ন বাহিৰত পঢ়িব যাম বুলি "
মই দাত কেইটা উলিয়াই হাঁহি দিলোঁ । তাৰ পিছত মই ৰুমত আহি কাপোৰ সলনি কৰি মায়ে বাঢ়ি দিয়া ভাত কেইটা খালো তাইও মোৰ লগত একেলগে ভাত খালে মোক এৰি কেতিয়াও ভাত নাখায় ।
তাৰ পিছত মায়ে সুধিলে কলেজত কি কি কৰিলা কি কি ক্লাছ হল কি পঢ়ালে আৰু কোনোবা নতুন বন্ধ হল নে নাই সেই বিলাকে আৰু । মইও এফালৰ পৰা কৈ গলো আৰু মাই মনোযোগেৰে শুনি থাকিল ।